তামুলপুৰত পুনৰ অঘটন

তামুলপুৰৰ শুকানজুলি-পাহাৰপুৰ ফায়াৰিং ৰেঞ্জত পুনৰ অঘটন। বোমা-বাৰুদৰ অৱশিষ্ট বুটলিবলৈ গৈ এজন যুৱকৰ মৃত্যু হোৱাৰ লগতে আন এজন যুৱক আঘাতপ্ৰাপ্ত হয়। সেনাৰ নিয়মীয়া প্ৰশিক্ষণৰ সময়তে এই ঘটনা সংঘটিত হয় ।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *