ৰাজ্যৰ ৩ গৰাকী বিশিষ্ট ব্যক্তিলৈ ২০২৪ বৰ্ষৰ পদ্মশ্ৰী সন্মান…

বৃহস্পতিবাৰে ঘোষণা কৰা হয় ২০২৪ বৰ্ষৰ দেশৰ পদ্ম সন্মান প্ৰাপকৰ তালিকা। এইবাৰ মুঠ ১৩২ গৰাকী ব্যক্তিয়ে লাভ কৰিছে পদ্ম সন্মান। ইয়াৰ ভিতৰত ৫ গৰাকীয়ে পদ্মবিভূষণ, ১৭ গৰাকীয়ে পদ্মভূষণ আৰু ১১০ গৰাকীয়ে লাভ কৰিছে পদ্মশ্ৰী।

অসমৰ পৰা তিনিগৰাকীয়ে ব্যক্তিয়ে লাভ কৰিছে পদ্মশ্ৰী সন্মান। তেওঁলোক হ’ল পাৰ্বতী বৰুৱা, সৰ্বেশ্বৰ বসুমতাৰী আৰু ড্ৰোণ ভূঞা।

২০২৪ বৰ্ষৰ বাবে পদ্মবিভূষণ লাভ কৰা ব্যক্তিসকল হৈছে তামিলনাডুৰ বয়জয়ন্তীমালা বালি, অন্ধ্ৰ প্ৰদেশৰ কনিডেলা চিৰঞ্জীৱী, এম ভেংকায়া নাইডু, বিহাৰৰ বিন্দেশ্বৰ পাঠক আৰু তামিলনাডুৰ পদ্ম সুব্ৰমণিয়ম।

By editor

Leave a Reply

Your email address will not be published. Required fields are marked *