গেলেক্সি আনপেকড ২০২৪ :  স্থাপন কৰিব এক নতুন মানদণ্ড

অহা ১৭ জানুৱাৰীত ছান জোছত নতুন উন্মোচনৰ বাবে সাজু হৈছে চেমচাং ইলেক্ট্ৰনিকছ, ইয়াত প্ৰদৰ্শন কৰিব শেহতীয়াভাৱে উদ্ভাৱন কৰা গেলেক্সি আৰু এআই-চালিত মোবাইলৰ অভিজ্ঞতা। এই অনুষ্ঠানটো Samsung.com, চেমচাং নিউজৰুম ইণ্ডিয়া আৰু চেমচাঙৰ ইউটিউব চেনেলত পোনপটীয়াভাৱে প্ৰদৰ্শন বা  সম্প্ৰচাৰ কৰা হ’ব।

এই অনুষ্ঠানটোৱে এআইৰ দ্বাৰা চালিত এক নতুন মোবাইল অভিজ্ঞতা প্ৰদান কৰিব, লগতে মানুহে আহি থকা দিনবোৰত কেনেদৰে বাস কৰিব, সংযোগ বা যোগাযোগ কৰিব, সৃষ্টি আৰু ৰূপান্তৰে কিদৰে পৰিৱৰ্তন কৰিব সেই বিষয়ে প্ৰদৰ্শন কৰিব।

এই সন্দৰ্ভত শেহতীয়া সকলো তথ্য পাব News.samsung.com/indiaত, গতিকে গেলেক্সি আনপেকড ২০২৪ৰ টিজাৰ, ট্ৰেইলাৰ আৰু বা-বাতৰিৰ বাবে চাই থাকিবলৈ নাপাহৰিব।

By Business Bureau

Leave a Reply

Your email address will not be published. Required fields are marked *