পৰ্বতঝোৰাৰ ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা। ৰাস্তা পাৰ হওঁতে তীব্ৰবেগী ট্ৰাকৰ তলত সোমাই গুৰুতৰভাৱে আহত ছাত্ৰ। সংকটজনক অৱস্থাত বগৰিবাৰী আদৰ্শ চিকিৎসালয়ত ভৰ্তি ছাত্ৰজনক। পৰ্বতঝোৰা বগৰিবাৰী উচ্চ মাধ্যমিক বিদ্যালয়ৰ সমীপত সংঘটিত হয় এই ঘটনা।