গুণোৎসৱৰ মাজতে কৰিমগঞ্জৰ ৰামকৃষ্ণ নগৰৰ এখন বিদ্যালয়ত অঘটন৷

গুণোৎসৱৰ মাজতে কৰিমগঞ্জৰ ৰামকৃষ্ণ নগৰৰ এখন বিদ্যালয়ত অঘটন৷ হঠাতে স্বাস্থ্যৰ অৱনতি ঘটে প্ৰায় ৬০গৰাকী ছাত্ৰীৰ৷ ৰামকৃষ্ণ নগৰ বিদ্যাপীঠত সংঘটিত এই ঘটনা৷ ছাত্ৰীসকলে শ্বাস-প্ৰশ্বাসত কষ্ট পোৱাৰ লগতে অচেতন হৈ পৰে৷

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *