এক আজৱ কাণ্ড

এক আজৱ কাণ্ড। থানাত সোমাল বন্যহস্তী। উল্লেখযোগ্য যে কঠীয়াতলী আৰক্ষী পহৰা চকীত বন্যহস্তীৰ উপদ্ৰৱ। নগাঁও জিলাৰ কঠীয়াতলী আৰক্ষী পহৰা চকীত বন্যহস্তীৰ জাকৰ পৰা ফালি অহা এটা বন্যহস্তীয়ে উপদ্ৰৱ চলাই ত্ৰাসৰ সৃষ্টি কৰে।প্ৰায় ১০ মিনিট সময় থানাৰ চৌহদ লণ্ড – ভণ্ড কৰিলে বন্যহস্তীটোৱে। বন্যহস্তীটোৱে আৰক্ষী পহৰা চকীত বহু সময় আতংকৰ সৃষ্টি কৰাৰ পাচত পকা বেৰ ভাঙি পথাৰলৈ উলাই যায়।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *