কোকৰাঝাৰৰ নৃশংস হত্যাকাণ্ডৰ অভিযুক্তক গ্ৰেপ্তাৰ

কোকৰাঝাৰৰ নৃশংস হত্যাকাণ্ডৰ অভিযুক্তক গ্ৰেপ্তাৰ৷ হত্যাকাৰী শম্ভু কাহাৰ ওৰফে শীলক গ্ৰেপ্তাৰ কোকৰাঝাৰ আৰক্ষীৰ৷ কোচবিহাৰৰ পৰা গ্ৰেপ্তাৰ হত্যাকাৰী শম্ভু কাহাৰক৷ ২৯ নৱেম্বৰত এটা দম্পতীৰ ওপৰত চোকা অস্ত্ৰৰে চলাইছিল আক্ৰমণ ৷ আক্ৰমণৰ ফলত মৃত্যু হৈছিল অৱসৰপ্ৰাপ্ত অভিযন্তা তপন চক্ৰৱৰ্তীৰ৷

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *