নগাঁৱৰ বেবেজীয়াত পথ দুৰ্ঘটনা

নগাঁৱৰ বেবেজীয়াত পথ দুৰ্ঘটনা। তিনিখন বাহনৰ মাজত সংঘৰ্ষ। প্ৰথমে মটৰ চাইকেলত খুন্দা এখন তীব্ৰবেগী ট্ৰেভেলাৰৰ। তাৰ পাছত এখন টেম্প’ত খুন্দা মাৰে ট্ৰেভেলাৰখনে। দুৰ্ঘটনাত বাইক চালকসহ টেম্প’খনৰ কেইবাজনো যাত্ৰী আহত। গুৰুতৰভাৱে আহত ৮ জনকৈ লোকক নগাঁও চিকিৎসালয়ত ভৰ্তি।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *