মহানগৰীৰ বৰবাৰীত যৌন উৎপীড়নৰ ঘটনা। কাম দিয়াৰ ছলেৰে যুৱতীক যৌন উৎপীড়ন ৫০ ঊৰ্ধ্বৰ ব্যক্তিৰ। যুৱতীৰ সৈতে অপকৰ্মৰ ভিডিঅ’ কৰি ব্লেকমেইল লোকজনৰ। প্ৰফুল্ল হাজৰিকা নামৰ লোকজনৰ বিৰুদ্ধে অভিযোগ। অৱশেষত বীৰ লাচিত সেনাৰ শৰণাপন্ন এগৰাকী ভুক্তভোগী যুৱতী। যুৱতীগৰাকীৰ অভিযোগৰ ভিত্তিত লোকজনক আটক কৰে বীৰ লাচিত সেনাই। সমগ্ৰ ঘটনা স্বীকাৰ অভিযুক্ত প্ৰফুল্ল হাজৰিকাৰ। ধৃত লোকজনৰ ঘৰ নগাঁৱৰ কাঁকীত।
