হিমাচল প্ৰদেশৰ লেপচাত সৈনিকসকলৰ সৈতে দীপাৱলী উদযাপন কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে৷ সেনাক মিঠাই খুৱাই দীপাৱলীৰ শুভেচ্ছা জনালে মোদীয়ে৷ ইয়াৰ লগতে হাতত ত্ৰিৰংগা লৈ দেশবাসীলৈও শুভেচ্ছা জ্ঞাপন কৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে।