পাকিস্তানত পুনৰ সন্ত্ৰাসবাদীৰ আক্ৰমণ

পাকিস্তানত পুনৰ সন্ত্ৰাসবাদীৰ আক্ৰমণ৷ মিয়ানৱালী বায়ুসেনা ঘাটিত আত্মঘাতী বোমাৰুৰ আক্ৰমণ৷ নিৰাপত্তাৰক্ষীৰ বেষ্টনী ভাঙি মাৰণাস্ত্ৰসহ বিমানঘাটিত প্ৰৱেশ সন্ত্ৰাসবাদীৰ৷ বিমানঘাটিটোৰ ভিতৰত প্ৰৱেশ কৰি বিস্ফোৰণো ঘটাই আত্মঘাতী বোমাৰুৱে৷ নিৰাপত্তাৰক্ষীৰ প্ৰত্যাক্ৰমণত নিহত হৈছে ৩ জন সন্ত্ৰাসবাদী৷ আক্ৰমণৰ দ্বায়িত্ব স্বীকাৰ কৰিছে তেহৰিক-ই-জেহাদ নামৰ সংগঠনটোৱে৷

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *