মুম্বাইৰ গোৰেগাঁৱত বিধ্বংসী অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয়৷ এটা অট্টালিকাত লগা জুইত নিহত হয় ৬জনকৈ লোক, আহত প্ৰায় অৰ্ধশতাধিক লোক৷ উল্লেখযোগ্য যে ৭ মহলীয়া অট্টালিকাত লগা জুইত জাহ গৈছে কেইবাখনো বাহন৷ ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ তদন্ত অব্যাহত ৰাখিছে।