নগৰবেৰাৰ বিদ্যানগৰত চাঞ্চল্যকৰ ঘটনা

নগৰবেৰাৰ বিদ্যানগৰত চাঞ্চল্যকৰ ঘটনা। কিশোৰীক মৰিয়াই মৰিয়াই হত্যাৰ চেষ্টা একাংশৰ। মুমূৰ্ষু অৱস্থাত কিশোৰীগৰাকীক পেলাই থৈ গ’ল পথাৰত। ঘৰত কোনো নথকাৰ সুযোগত কিশোৰীগৰাকীক চলাইছিল হত্যাৰ চেষ্টা। সংকটজনক অৱস্থাত পৰিয়ালৰ লোকে উদ্ধাৰ কৰে কিশোৰীগৰাকীক। সম্প্ৰতি গোৱালপাৰা অসামৰিক চিকিৎসালয়ত চিকিৎসধীন কিশোৰীগৰাকী। ফকৰ আলী, আমিৰ হুছেইন, ছকিনা খাতুন, আজিৰণ নেছা, জামিৰণৰ বিৰুদ্ধে আক্ৰমণৰ অভিযোগ।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *