বজৰং দলৰে বিজেপিৰ কোনো সম্পৰ্ক নাই-হিমন্ত বিশ্ব শৰ্মা

‘বজৰং দলৰে বিজেপিৰ কোনো সম্পৰ্ক নাই। আৰ এছ এছৰেও সম্পৰ্ক নাই বজৰং দলৰ। বজৰং দলৰ সদস্যই মাৰণাস্ত্ৰ ব্যৱহাৰৰো তথ্য নাই। ধৰ্মৰ নামত উন্মাদনা কৰা কোনো শক্তিকে প্ৰশ্ৰয় দিয়া উচিত নহয। জেহাদী কাৰ্যকলাপেৰে মঙলদৈৰ ঘটনাৰ কোনো সম্পৰ্ক নাই। তথ্য পালে গ্ৰহণ কৰা হ’ব আইন অনুসৰি ব্যৱস্থা।’ বজৰংগ দলৰ অস্ত্ৰ প্ৰশিক্ষণ সন্দৰ্ভত বিধানসভাত মুখ্যমন্ত্ৰীৰ মন্তব্য।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *