বিহুৰ পাছত গছপুলি ৰোপনেৰে বিশ্ব অভিলেখৰ প্ৰস্তুতি

বিহুৰ পাছত গছপুলি ৰোপণেৰে বিশ্ব অভিলেখৰ প্ৰস্তুতি৷ ১৭ ছেপ্টেম্বৰত ১ কোটি গছপুলি ৰোপণ কৰি বিশ্ব অভিলেখ৷ যাক নাম দিয়া হৈছে অমৃত বৃক্ষ আন্দোলন৷ ৪ লাখ ৫০ হাজাৰ পুলিৰে কুণ্ডলী নিৰ্মাণ কৰা হৈছে খানাপাৰাত৷ গীনিজ বুক অব ৱৰ্ল্ড ৰেকৰ্ডছৰ দলে পৰ্যৱেক্ষণ কৰিব গছপুলিসমূহ৷

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *