চাধা কিনিবলৈ যোৱাই কাল হ’ল এজন লোকৰ

চাধা কিনিবলৈ যোৱাই কাল হ’ল এজন লোকৰ। এদল নৰপিশাচৰ হাতত প্ৰাণ গ’ল লোকজনৰ।উল্লেখযোগ্য যে গোৱালপাৰাত মৰ্মান্তিক ঘটনাটো সংঘটিত হৈছে। শোলমাৰী কল্যাণপুৰত চুৰিৰ সন্দেহত মৰিয়াই মৰিয়াই হত্যা কৰা হৈছে লোকজনক। নিহত লোকজনৰ নাম ছেংছাং মাৰাক বুলি জানিব পৰা গৈছে। চুৰি কৰাৰ সন্দেহত ওৰে নিশালোক জনক চলাইছিল নিৰ্যাতন।অৱশেষত মৃত্যু হয় লোকজনৰ।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *