গুৱাহাটীঃ এক গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে অসমৰ আৰক্ষী সঞ্চালক প্ৰধান (ডিজিপি) জি পি সিঙে টুইটাৰযোগে ঘোষণা কৰে যে মুখ্যমন্ত্ৰীয়ে দিয়া নিৰ্দেশনা অনুসৰি অসম আৰক্ষীয়ে ১ ফেব্ৰুৱাৰী, ২০২৩ ৰ পৰা বিভিন্ন পদবীৰ ২৪ গৰাকী আৰক্ষী কৰ্মীৰ সেৱা বাতিল কৰিছে।
ডিজিপি জিপি সিঙে টুইটাৰযোগে এই কথা প্ৰকাশ কৰি কয় যে মুখ্যমন্ত্ৰীয়ে দিয়া নিৰ্দেশনা অনুসৰি অসম আৰক্ষীয়ে ১ ফেব্ৰুৱাৰী, ২০২৩ ৰ পৰা আজিলৈকে বিভিন্ন পদবীত কৰ্তব্যৰত হৈ থকা ২৪ গৰাকী আৰক্ষী কৰ্মীক চাকৰিৰ পৰা বৰ্খাস্ত কৰিছে।