ডিব্ৰু নদীত নাও দুৰ্ঘটনা! সন্ধানহীন ২ জন

সোমবাৰে ডিব্ৰুগড় জিলাৰ ডিব্ৰু নদীত নাও দুৰ্ঘটনাৰ ফলত দুজন ব্যক্তি সন্ধানহীন হোৱাৰ খবৰ পোৱা গৈছে। 

বিনয় চুমাৰ আৰু বেদান মুৰাক নামৰ লোক দুজন নাও দুৰ্ঘটনাৰ পিছত সন্ধানহীন হৈ থকা বুলি জানিব পৰা গৈছে। উদ্ধৰকাৰী দলে অব্যাহত ৰাখিছে উদ্ধাৰ অভিযান।

সংবাদ মাধ্যমৰ বাতৰি অনুসৰি, তিনিজন লোকে নদীৰ সিপাৰৰ পৰা নাৱেৰে কাঠ কঢ়িয়াই বালিজান চাহ ইষ্টেট ঘাটলৈ উভতি অহাৰ সময়তে এই দুৰ্ঘটনা সংঘটিত হয়।

By editor

Leave a Reply

Your email address will not be published. Required fields are marked *