শিশু নিৰ্যাতনকাৰী সংগীতা দত্তৰ বিৰুদ্ধে আজি চাৰ্জশ্বিট দাখিল আৰক্ষীৰ…

গুৱাহাটীৰ শিশু নিৰ্যাতনৰ গোচৰত সংগীতা দত্তৰ বিৰুদ্ধে অভিযোগনামা দাখিল কৰিবলৈ সাজু হৈছে পান বজাৰ আৰক্ষী।

সংগীতা দত্তৰ সৈতে জড়িত চলি থকা গোচৰটোত দত্তই শনিবাৰে POCSO আদালতত হাজিৰ হোৱাৰ কথা থকাৰ বাবে আৰক্ষীয়ে অভিযোগনামা দাখিল কৰিবলৈ সাজু হৈছে।

ইয়াৰ উপৰিও পূৰ্বে জেৰাৰ বাবে আটক কৰা দত্তৰ ব্যক্তিগত সহায়িকা উৎপলা বসু এতিয়াও পান বাজাৰ মহিলা থানাৰ জিম্মাত আছে।

সূত্ৰ অনুসৰি সংগীতা দত্ত আৰু উৎপলা বসু দুয়োৰে পুনৰবাৰ স্বাস্থ্য পৰীক্ষা কৰা হয়।

By editor

Leave a Reply

Your email address will not be published. Required fields are marked *