কলিয়াবৰত দুই ড্ৰাগছ আসক্ত আটক

কলিয়াবৰত দুই ড্ৰাগছ আসক্ত আটক ।নিশা ৰাইজে জখলাবন্ধা হস্পিতাল চাৰিআলিত আটক কৰিলে দুই ড্ৰাগছ আসক্তক।দুয়োজনকে ৰাইজে ধৰি গতাই দিয়ে জখলাবন্ধা আৰক্ষীক।আটকাধীন দুজনক বিশাল বণি আৰু পুতলা শৰ্মা বুলি চিনাক্ত কৰা হৈছে।ধৃত বিশাল ড্ৰাগছ সৰবৰাহকাৰী। সন্দেহযুক্ত ড্ৰাগছ ভৰ্ত্তি ৮ টা সৰু কন্টেইনাৰ আৰু ২ টা খালি কন্টেইনাৰ জব্দ কৰে আৰক্ষীয়ে।উল্লেখযোগ্য যে পুতলা শৰ্মা হৈছে ড্ৰাগছ আসক্ত।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *