পথ নিৰ্মানৰ নামত চলিছে ব্যাপক দুৰ্নীতি

পথ নিৰ্মানৰ নামত চলিছে ব্যাপক দুৰ্নীতি।

বজালীৰ ভৌকামাৰীৰ পৰা বৰপেটাৰোড-আনন্দবজাৰলৈ যোৱা পথটোৰ আধা অংশই খহি পৰাক লৈ সংকিত হৈ পৰিছে ৰাইজ।

বজালীৰ ভৌকামাৰীৰ পৰা বৰপেটাৰোড-আনন্দ
বজাৰলৈ যোবা ব্যস্ত পথটো অধিকাংশই চপৰা চপৰে খহিছে।

অতি ব্যস্ত পথটোৰ চাইড বাম সমূহ খহি যোৱাৰ বাবে সংকিত হৈছে বানপীড়িত ৰাইজে।

কোটি কোটি টকা ব্যয়ৰে নিৰ্মান কৰা এই পথচোৱা যোৱা কিছু দিন ধৰি এইদৰে খহি পৰাত ৰাইজ পুনৰ সংকিত হোবা দেখা গৈছে ৷

অভিযোগ অনুসৰি ঠিকাদাৰে অতি নিম্মমানৰ সামগ্ৰীৰে পথচোৱাৰ নিৰ্মান কৰাৰ হেতুকে সাধৰণ ৰাইজে বাৰে বাৰে দুৰ্ভোগ ভুগিব লগীয়া হৈছে ৷

এবছৰ নহওতেই পথটোৰ চাইড বাম সমূহ খহি পৰাত পথছোৱা সম্পূৰ্ণ ভাঙি বাৰিষা বানপানীয়ে পুনৰ তাণ্ডৱ চলাৱ বুলি গোটেই পথচোবা সম্পূৰ্ণ ৰূপে বন্ধ হব বুলি ৰাইজে অভিযোগ কৰে

পথ নিৰ্মানৰ নামত কোটি কোটি টকা ব্যয় কৰা চৰকাৰে বজালীৰ এই ব্যস্ত পথটোবে উন্নয়নৰ ফোপোলা স্বৰূপটো তুলি ধৰিছে ৷

একাংশ ঠিকাদাৰৰ নিম্নমানৰ কামৰ বাবেই চৰকাৰী ধনৰ শৰাধ হৈছে।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *