কলিয়াবৰত গৰু চুৰিকাণ্ড

কলিয়াবৰত গৰু চুৰিকাণ্ড সংঘটিত হয়।নিশা কলিয়াবৰৰ শিলঘাটত সংঘটিত হৈছে গৰু চুৰিৰ ঘটনা। নিশা নাগেশ্বৰ নামৰ লোক জনৰ ঘৰৰ পৰা চোৰে চুৰি কৰি লৈ যায় দুটাকৈ গৰু। চুৰি কৰি নিয়া গাই আৰু চেউৰি দুজনীৰ বজাৰ মূল্য প্ৰায় চল্লিছ হাজাৰ টকা হব। চুৰে চুৰি কাৰ্য্যত গাড়ী ব্যৱহাৰ কৰা বুলি গৃহস্তই অনুমান কৰিছে।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *