ED, CBIৰ স্বেচ্ছাচাৰীতাৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ৰ দাৰস্থ ১৪টাকৈ বিৰোধী দল…

ইডি আৰু চিবিআইৰ অপব্যৱহাৰৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ৰ দাৰস্থ বিৰোধী।

১৪টা বিৰোধী দলে তদন্তকাৰী সংস্থাৰ বিৰুদ্ধে স্বেচ্ছাচাৰী ব্যৱহাৰৰ অভিযোগ তুলি কাষ চাপে সৰ্বোচ্ছ ন্যায়ালয়ৰ।

বিৰোধী দলসমূহৰ ভিতৰত আছে কংগ্ৰেছ, শিৱসেনা, আপ, ডি এম কে, আৰ জে ডি, টি এম চি, এন চি পি, জে ডি ইউ), চি পি আই (এম) আৰু সমাজবাদী পাৰ্টি আদি।

জ্যেষ্ঠ অধিবক্তা অভিষেক মনু সিংভীয়ে আদালতত কয় যে চি বি আই আৰু ই ডিৰ দৰে কেন্দ্ৰীয় সংস্থাই দাখিল কৰা গোচৰৰ ৯৫% বিৰোধী নেতাৰ বিৰুদ্ধে।

By editor

Leave a Reply

Your email address will not be published. Required fields are marked *