মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰীৰ পুত্ৰই মোক হত্যাৰ বাবে চুপাৰী দিছেঃ গুৰুতৰ অভিযোগ সঞ্জয় ৰাউতৰ…

মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী একনাথ শিণ্ডেৰ পুত্ৰ শ্ৰীকান্ত শিণ্ডেৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ সাংসদ সঞ্জয় ৰাউতৰ।

শ্ৰীকান্ত শিণ্ডেয়ে তেওঁক হত্যা কৰিবলৈ চুপাৰি দিয়াৰ অভিযোগ তুলি মুম্বাই আৰক্ষী আয়ুক্তলৈ পত্ৰ ৰাউতৰ।

ৰাউতে লিখিছে, “শ্ৰীকান্ত শিণ্ডেয়ে মোক হত্যা কৰিবলৈ থানেৰ অপৰাধী ৰাজা ঠাকুৰক চুপাৰী (চুক্তি) দিছে। একেটা সন্দৰ্ভত মই তথ্য নিশ্চিত কৰিছো।”

তেওঁ লগতে কয় যে মই আপোনালোকক এজন দায়িত্বশীল নাগৰিক হিচাপে জনাইছো।

By editor

Leave a Reply

Your email address will not be published. Required fields are marked *