ভয়ংকৰ জল সংকটত গুৱাহাটী মহানগৰী।এতিয়া গুৱাহাটী মহানগৰীত ঘৰে ঘৰে খোৱা পানী যোগানৰ প্ৰতিশ্ৰুতিও অসাৰ।উন্নয়নৰ ফটা ঢোল বজোৱা মোদী চৰকাৰো যেন এতিয়া বিফল হৈছে পানী যোগান ব্যৱস্থাত।জল জীৱন মিছন আঁচনি কেতিয়াৰে পৰা ফলপ্ৰসু হ’ব গুৱাহাটী মহানগৰীত।মোদী চৰকাৰে পিয়াহ দূৰ কৰিব পাৰিব নে এয়া এক জটিল প্ৰশ্ন হৈ পৰিছে।