ভয়ংকৰ দুৰ্ঘটনাই প্ৰাণ ল’লে ধেমাজিৰ যুৱক, শৰীৰচৰ্চাবিদ সিদ্ধাৰ্থ বৰগোহাঁইৰ

মৰ্মান্তিক!
ভয়ংকৰ দুৰ্ঘটনাই প্ৰাণ ল’লে ধেমাজিৰ যুৱক, শৰীৰচৰ্চাবিদ সিদ্ধাৰ্থ বৰগোহাঁইৰ ।আহত পুলকেশ গগৈ নামৰ আন এজন যুৱক বুলি জানিব পৰা গৈছে।নাৰায়ণপুৰৰ ভোগপুৰত এই ভয়ংকৰ দুৰ্ঘটনাটো সংঘটিত হৈছিল।আৰু ইতিমধ্যে আৰক্ষীয়ে অধিক তদন্তৰ বাবে অব্যাহত ৰাখিছে অভিযান।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *