যোৰহাটত আতংক সৃষ্টি কৰা নাহৰফুটুৰীটোৰ কাজিৰঙাৰ CWRC ত মৃত্যু
পুৱা ৪.৪৫ মিনিটত মৃত্যু হয় নাহৰফুটুকীটোৰ
মংগলাবাৰে সংকটজনক অৱস্থাত CWRC ত ভৰ্তী কৰোৱা হৈছিল নাহৰফুটুকীটোক
কেন্দ্ৰটোৰ চিকিৎসকে প্ৰথমটো অস্ত্ৰোপ্ৰচাৰ সফলভাৱে সম্পন্ন কৰিছিল
কিন্তু আজি পুৱা মৃত্যু হয় নাহৰফুটুকীটোৰ

