Home নাগালেণ্ড কুকুৰৰ বাণিজ্যিক আমদানিৰ ব্যৱসায়ৰ ক্ষেত্ৰত নিষেধাজ্ঞা নাগালেণ্ড কুকুৰৰ বাণিজ্যিক আমদানিৰ ব্যৱসায়ৰ ক্ষেত্ৰত নিষেধাজ্ঞা By editor - July 3, 2020 126 Facebook Twitter Pinterest WhatsApp নাগালেণ্ড চৰকাৰে কুকুৰৰ বজাৰ আৰু কুকুৰৰ বাণিজ্যিক আমদানিৰ ব্যৱসায়ৰ ক্ষেত্ৰত নিষেধাজ্ঞা প্ৰদান কৰিছে। কুকুৰৰ মাংস বিক্ৰীৰ ক্ষেত্ৰতো নিষেধাজ্ঞা জাৰী কৰিছে। ৰাজ্যখনৰ মুখ্য সচিব তেমজেন টয়ে ইতিমধ্যে টুইটাৰযোগে এই কথা জনাইছে। Share this:Click to share on Facebook (Opens in new window)Click to share on WhatsApp (Opens in new window)Click to share on Pinterest (Opens in new window)Click to share on Twitter (Opens in new window)Click to print (Opens in new window)Like this:Like Loading... RELATED ARTICLESMORE FROM AUTHOR নাগালেণ্ডৰ মন জিলাত উদ্ধাৰ অসমৰ ২ যুৱকৰ অৰ্ধ উলংগ মৃতদেহ, হত্যাৰ সন্দেহ কোহিমা ভাৰতৰ শীৰ্ষ ১০ খন ‘স্মাৰ্ট চিটি’ৰ ভিতৰত স্থান লাভ কৰিছে নাগালেণ্ডৰ মুখ্যমন্ত্ৰীৰ সৈতে সৰ্বানন্দ সোণোৱালৰ বাৰ্তালাপ Latest article ইৰাণৰ ৰাষ্ট্ৰপতিসহ বৈদেশিক মন্ত্ৰীৰ হেলিকপ্টাৰ দুৰ্ঘটনাত মৃত্যু Banashree - May 20, 2024 0 ইৰাণৰ ৰাষ্ট্ৰপতি ইব্ৰাহিম ৰাইচিৰ হেলিকপ্টাৰ দুৰ্ঘটনাত মৃত্যু হৈছে। ৰাষ্ট্ৰপতি ৰাইচিৰ সৈতে হেলিকপ্টাৰত থকা ইৰাণৰ বৈদেশিক মন্ত্ৰীৰো মৃত্যু ঘটিছে। ৰাষ্ট্ৰপতি ৰাইচিৰ হেলিকপ্টাৰ দুৰ্ঘটনা দেওবাৰে সংঘটিত... একেৰাহে চতুৰ্থটো প্ৰিমিয়াৰ লীগ খিতাপ জয়ৰে ইতিহাস ৰচিলে মানচেষ্টাৰ চিটিয়ে Sonakshi Sarkar - May 20, 2024 0 মানচেষ্টাৰ চিটিয়ে দেওবাৰে ৱেষ্ট হেম ইউনাইটেডক ৩-১ গ'লত পৰাস্ত কৰি তেওঁলোকৰ একেৰাহে চতুৰ্থটো প্ৰিমিয়াৰ লীগ খিতাপ জয় কৰি ইতিহাস সৃষ্টি কৰে। মেচখনত মানচেষ্টাৰ চিটিয়ে... আৰ্য নাৰ্চিং কলেজে বিনামূলীয়া চিইই প্ৰপত্ৰ সমৰ্থন প্ৰদান কৰি নাৰ্চিং পাঠ্যক্ৰমৰ বাবে আগবঢ়াইছে নিৰৱচ্ছিন্ন... Business Bureau - May 20, 2024 0 প্ৰশিক্ষিত নাৰ্চিং পেছাদাৰী ব্যক্তিৰ ক্ৰমবৰ্ধমান চাহিদাৰ প্ৰতি সঁহাৰি জনাই গুৱাহাটীৰ সমীপৰ চাংসাৰিত অৱস্থিত প্ৰখ্যাত নাৰ্চিং প্ৰতিষ্ঠান আৰ্য নাৰ্চিং কলেজে ২০২৪-২৫ শিক্ষাবৰ্ষৰ বাবে বিএছচি নাৰ্চিং...