প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ আৰম্ভণিতে অথন্তৰ

প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ আৰম্ভণিতে অথন্তৰ

ৰাজ্যৰ কেইবাঠাইতো ভোট গ্ৰহণৰ পূৰ্বে বিকল হৈ পৰিল EVM

হোজাই, শদিয়া, নাহৰকটীয়া, কলিয়াবৰৰ মিছা, নুমলীগড়, মৰিয়নী আৰু ডিব্ৰুগড়ৰ কেইবাঠাইত বিকল হ’ল EVM

বহু সময়লৈকে ৰৈ থাকিবলগীয়া হয় ভোটাৰ ৰাইজ

নুমলীগড়ৰ ধলাকছাৰী প্ৰাথমিক বিদ্যালয়ৰ ১৩১নং ভোটকেন্দ্ৰত বিকল EVM

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *