ৰূপহীহাটৰ হাতীপাৰাত ভয়ংকৰ পথ দুৰ্ঘটনা

ৰূপহীহাটৰ হাতীপাৰাত ভয়ংকৰ পথ দুৰ্ঘটনা।দুৰ্ঘটনাত থিতাতে নিহত এগৰাকী মহিলা।উদণ্ড বাইক চালকৰ খুন্দাত আক্তাৰা খাতুন নামৰ মহিলা গৰাকীৰ মৃত্যু হয়।দুৰ্ঘটনাত পতিত হোৱা বাইকৰ নম্বৰ
AS-02-Y-4661 ।দুৰ্ঘটনাত মৃত্যু হোৱা মহিলা গৰাকী হাতিপাৰাৰ বুলি জানিব পৰা গৈছে । দুৰ্ঘটনা সংঘটিত কৰা বাইকসহ চালক ফাৰুকক ৰাইজে আটক কৰি গতাই দিলে ৰূপহীহাট আৰক্ষীক ।ঘটনাস্থলীত ৰূপহীহাট আৰক্ষী উপস্থিত হয় মৃত মহিলাগৰাকীক মৰণোত্তৰ পৰীক্ষাৰ বাবে নগাঁও অসামৰিক চিকিৎসালয়ালৈ লৈ ।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *