ৰূপহীহাটৰ পশ্চিম শিঙিমাৰীত ভূমি বিবাদ কেন্দ্ৰ কৰি লণ্ড-ভণ্ড কৰিলে ঘৰ বাৰী

ৰূপহীহাটৰ পশ্চিম শিঙিমাৰীত ভূমি বিবাদ কেন্দ্ৰ কৰি লণ্ড-ভণ্ড কৰিলে ঘৰ বাৰী।

ছমিৰ উদ্দীন নামৰ লোকজনে মহম্মদ আলীক বিক্ৰী কৰিছিল মাটি।

এক বছৰ পূৰ্বে মাটি বিক্ৰী কৰাৰ বাবত টকা লৈ দালালৰ চক্ৰান্ত পুনৰ একেই মাটি অন্য লোকলৈ বিক্ৰী কৰাৰ যো-জা চলাই ভাঙি দিয়ে ঘৰ বাৰী।

ছমিৰ উদ্দীন নামৰ লোকজনে গুণ্ডাবাহিনীৰ সৈতে মহম্মদ আলীৰ ঘৰ ভাঙি দিয়াৰ উপৰিও শাৰীৰিক বাবে প্ৰহাৰ কৰে মাচুদা বেগমক।

মফিদুল ইছলাম নামৰ লোকজনে মাটিত দালালী কৰি থকাৰ অভিযোগ।

ঘটনা সন্দৰ্ভত ৰূপহীহাট আৰক্ষী থানাত গোচৰ ৰুজু কৰে ভুক্তভোগী পৰিয়ালে।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *