ৰূপহীহাটত অঘটন ট্ৰেইনৰ খুন্দাত মৃত্যু এজনৰ।



ৰূপহীহাটত অঘটন ট্ৰেইনৰ খুন্দাত মৃত্যু এজনৰ।

ৰূপহীহাটৰ ৰৌমাৰীত ট্ৰেইনৰ খুন্দাত মৃত্যু এগৰাকী অচিনাকি লোকৰ।

পোৱা মৈৰাবাৰীৰ পৰা গুৱাহাটী অভিমুখে গৈ থকা অৱস্থাত ট্ৰেইনৰ খুন্দাত মৃত্যু হয় লোকজনৰ।

মৃত্যু হোৱা লোকজনৰ পৰিচয় উদ্ধাৰ হোৱা নাই এতিয়ালৈকে।

খত-বিখত অৱস্থাত ট্ৰেইন ৰাস্তাৰ পৰা উদ্ধাৰ কৰে হয়বৰগাওঁ ৰেলৱে আৰক্ষীয়ে।

ঘটনা স্থলীত হয়বৰগাওঁ ৰেলৱে আৰক্ষী উপস্থিত হয় মৰোনোত্বৰ পৰীক্ষাৰ বাবে নগাঁওলৈ প্ৰেৰণ কৰে।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *