ৰাজ্যৰ স্বাস্থ্যখণ্ডৰ নিৰ্লজ্জ কাণ্ড

ৰাজ্যৰ স্বাস্থ্যখণ্ডৰ নিৰ্লজ্জ কাণ্ড৷ গৰ্ভৱতী মহিলাক কামপুৰৰ কচুৱাত চিকিৎসাকৰ্মীয়ে চলালে নিৰ্যাতন৷ জননী সুৰক্ষাৰ নামত অৰ্থলোভী নাৰ্ছে নিৰ্যাতন চলোৱাৰ অভিযোগ৷ কচুৱা থানাত ৱাহিদা খাতুনৰ বিৰুদ্ধে মহিলাগৰাকীৰ স্বামীৰ এজাহাৰ দাখিল৷

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *