ৰাজ্যৰ কেইবাখনো জিলাৰ বাসিন্দালৈ সতৰ্কবাণী

74

মুখ্যমন্ত্ৰী কাৰ্যালয়ৰ অফিচিয়েল এক্স হেণ্ডেলৰ জৰিয়তে ৰাজ্যৰ কেইবাখনো জিলাৰ বাসিন্দালৈ সতৰ্কবাণী।

তীব্ৰ বতাহত গছ বাগৰি পৰাৰ আশংকা।

মাছ ধৰা আৰু অন্যান্য কৃষিকাৰ্যৰ বাবে বাহিৰলৈ যোৱাৰ পৰা বিৰত থাকিবলৈ আহ্বান।

২৮ মে’ত ধুবুৰী, গোৱালপাৰা, বৰপেটাস কৰিমগঞ্জ, হাইলাকান্দি, কাছাৰ, ডিমা হাচাও, বজালী, বাক্সা, বিশ্বনাথ, বঙাইগাওঁ, চিৰাং, দৰং, গোলাঘাট, হোজাই, কামৰূপ, কামৰূপ মহানগৰ, মৰিগাওঁ, কাৰ্বি আংলং জিলাত ৰেড এলাৰ্ট জাৰি।

২৯ মে’ত কাছাৰ. ডিমা হাচাও. বৰপেটা, নলবাৰী, বাক্সা আৰু চিৰাং জিলাত ৰেড এলাৰ্ট জাৰি।