ৰাজ্যত ‘কা’ প্ৰযোজ্য কৰাৰ কুচকাৱাজ চৰকাৰৰ

60

ৰাজ্যত ‘কা’ প্ৰযোজ্য কৰাৰ কুচকাৱাজ চৰকাৰৰ।

আৰক্ষীলৈ আহিল গৃহ বিভাগৰ এক বিশেষ নিৰ্দেশনা।

ধৰ্মৰ ভিত্তিত অবৈধ বিদেশীক নাগৰিকত্ব দিবৰ বাবে পদক্ষেপ গ্ৰহণ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন ৰাজ্য চৰকাৰৰ।

অসম আৰক্ষীলৈ জৰুৰী নিৰ্দেশনা গৃহ বিভাগৰ।

2014 চনৰ 31 ডিচেম্বৰৰ পূৰ্বে ভাৰতলৈ অহা অ-মুছলমান বিদেশীৰ বিৰুদ্ধে বিদেশী ন্যায়াধিকৰণত গোচৰ নতৰিবলৈ নিৰ্দেশ।