ৰাজ্যত অব্যাহত আছে হাতী মানুহৰ সংঘাত

ৰাজ্যত অব্যাহত আছে হাতী মানুহৰ সংঘাত।
এইবাৰ ডবকাৰ গংগাদিছা গাঁৱত বন্যহস্তীৰ আক্ৰমণ।
বন্যহস্তীৰ আক্ৰমণত গুৰুতৰভাৱে আহত এগৰাকী মহিলা।
যোৱা ৰাতি ৭ মান বজাত ৰাস্তাৰে গৈ থকা অৱস্থাত মহিলাগৰাকীক আক্ৰমণ কৰিছে বন্যহস্তীটোৱে । হাতীৰ গছকত মহিলাগৰাকীৰ ভৰি ভাঙি চুৰ্ণ বিচ্ছুৰ্ণ হোৱাৰ লগতে গুৰুতৰ ভাৱে আহত হয়।
মহিলাজনী গংগাদিছা গাঁৱৰ চুকুৰ মনি গোড় বুলি জানিব পৰা গৈছে ।
পুৱা আকাশী গঙ্গা উপ আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়াই খবৰ পাই মহিলাজনীক ডবকা অসামৰিক চিকিৎসাল লৈ যায়।
দুৰ্ভাগ্যজনক কথা যে বন কৰ্মী নিচেই ওচৰতে থকাৰ পাছতো কোনো ধৰণৰ ব্যৱস্থা নললে মহিলাগৰাকীৰ।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *