২২ জানুৱাৰীত ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা

74

২২ জানুৱাৰীত ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা৷ ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠাৰ সময়ত প্ৰদৰ্শিত হ’ব ভাওনা৷ অসমৰ শিল্পীয়ে প্ৰদৰ্শন কৰিব ‘ৰাম‌-বিজয়’ নাট৷ ২২-২৫ জানুৱাৰীলৈ চাৰিদিনীয়াকৈ প্ৰদৰ্শন কৰা হ’ব ভাওনা৷ কৃষ্ণা পঙ্কজা দত্তৰ নেতৃত্বত অযোধ্যালৈ ৰাওনা শিল্পীসকল৷