২০২৪ ত কেন্দ্ৰত নাহে বিজেপি চৰকাৰ

২০২৪ ত কেন্দ্ৰত নাহে বিজেপিৰ চৰকাৰ।উল্লেখযোগ্য যে লোকসভা নিৰ্বাচনত বিজেপিয়ে লাভ নকৰে ২০০ খনো আসন। এয়া আমাৰ কথা নহয়। এই কথা কৈছে বংগৰ অগ্নিকন্যা মমতা বেনাৰ্জীয়ে।তৃণমূল কংগ্ৰেছৰ নেত্ৰীগৰাকীযে উল্লেখ কৰে যে বিজেপি পুনৰ ক্ষমতালৈ অহাটো দূৰৰে কথা তেওঁলোকে লাভ নকৰে ১০০ খনো আসন। ১৯ এপ্ৰিল, দেওবাৰে তেওঁ এক সংবাদ মেল সম্বোধন কৰি মন্তব্য কৰে যে, ২০২১ বিধানসভা নিৰ্বাচনৰ পূৰ্বে কৈছিলো বিজেপিয়ে লোকসভাৰ নিৰ্বাচনত ২০০ খন আসন পাব। কিন্তু এইবাৰ কৈছো ১০০ খন আসনো লাভ নকৰে।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *