‘হাৰ্দিক পাণ্ডিয়া বিশ্বকাপৰ পৰা বাহিৰ হোৱাৰ বাবে দুখ লাগিছে’…আঘাতৰ বাবে বিশ্বকাপৰ পৰা বাহিৰ হ’ল অলৰাউণ্ডাৰ হাৰ্দিক পাণ্ডিয়া৷ হাৰ্ডিক পাণ্ডিয়াৰ স্থানত দলত যোগ দিব বেগী বলাৰ প্ৰষিদ্ধ কৃষ্ণাই৷ এই সন্দৰ্ভত Xত বিশেষ মন্তব্য ৰিয়ান পৰাগৰ৷