সৰ্থেবাৰীৰ বেঙাপাৰাত দুৰ্ঘটনা

55

পুৱাই সৰ্থেবাৰীৰ বেঙাপাৰাত দুৰ্ঘটনা।

দুৰ্ঘটনাত পতিত বল বমলৈ যোৱা বাহন।

কথমপি প্ৰাণ ৰক্ষা ৫ শিশুসহ ৮জনকৈ যাত্ৰীৰ।

সৰভোগৰ বেঁকী নদীৰ পৰা ঘৰলৈ আহি আছিল ভক্তসকল।

বৰ্তমান আহত ভক্তসকলক সৰ্থেবাৰী চিকিৎসালয়ত ভৰ্তি।

ঘটনাস্থলীত উপস্থিত সৰ্থেবাৰীৰ আৰক্ষী ।