সাম্প্ৰদায়িক সংঘৰ্ষত জৰ্জৰিত মণিপুৰত চাঞ্চল্যকৰ বেংক ডকাইতি৷ পঞ্জাৱ নেচনেল বেংকৰ পৰা লুটি নিলে ১৮ কোটি ৮০ লাখ টকা৷ সামৰিক পোছাকত মুখ বান্ধি আহিছিল ডকাইতৰ দলটোৱে৷ বেংকৰ কৰ্মচাৰী আৰু নিৰাপত্তাৰক্ষীক বাথৰূমত আবদ্ধ কৰি ধন লুট৷