সাংবিধানিক মান্যতা ৰক্ষা কৰিব পৰা নাই অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই

সাংবিধানিক মান্যতা ৰক্ষা কৰিব পৰা নাই অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই।ভাৰতীয় সংবিধানৰ ৫১ নম্বৰ অনুচ্ছেদ ভংগ কৰিছে ভূপেন বৰাই। ভাৰতীয় সনাতন সভ্যতা – সংস্কৃতিক ভূপেন বৰাই আঘাট কৰিছে। বাৰে বাৰে ভূল কৰি ক্ষমাখুজিয়েই সাৰি যাবলৈ এৰি দিয়াটো উচিত নহয়।ভূপেন বৰা বহুৱা,ভূপেন বৰা মূৰ্খ বুলি ক’লে হিন্দুত্ববাদী নেতা সত্যৰঞ্জন বৰাই। ভূপেন বৰাৰ বিৰুদ্ধে কলিয়াবৰ আৰক্ষী নিৱেশত গোছৰ সত্যৰঞ্জন বৰাৰ।ইতিমধ্যে ” কুটুম্ব সুৰক্ষা সমিতি’য়ে লখিমপুৰ ,শিৱসাগৰ,
পল্টন বজাৰ,বকো থানাত ভূপেন বৰাৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *