মাফিয়ালৈ পৰিণত হোৱা ৰাজনীতিবিদ আতিক আহমেদ আৰু তেওঁৰ ভাতৃ আশ্ৰাফক গুলীয়াই হত্যা কৰাৰ পিছতে সমগ্ৰ ৰাজ্যতে CRPCৰ ১৪৪ ধাৰা জাৰি কৰিছে উত্তৰ প্ৰদেশ চৰকাৰে।
উত্তৰ প্ৰদেশৰ ঝান্সীত হোৱা এনকাউণ্টাৰত আতিক আহমেদৰ পুত্ৰ আছাদ নিহত হোৱাৰ দুদিন পিছতে সোমবাৰে প্ৰয়াগৰাজত চিকিৎসাৰ বাবে নিয়াৰ সময়ত আতিক আৰু তেওঁৰ ভাতৃ আশ্ৰফ আহমেদক হত্যা কৰা হয়। তাৰ পিছতে আজি ১৪৪ ধাৰা জাৰি কৰিছে এতিয়া উত্তৰ প্ৰদেশ চৰকাৰে।
