শ্বেখ ছাহজাহানক CBIৰ হাতত গটাবলৈ অস্বীকাৰ পশ্চিম বংগ চৰকাৰৰ। EDৰ বিষয়াৰ ওপৰত কৰা আক্ৰমণৰ অভিযোগত গ্ৰেপ্তাৰ হৈছিল TMC নেতা শ্বেখ ছাহজাহান। শ্বেখ ছাহজাহানক জিম্মাত ল’বলৈ CBIক নিৰ্দেশ দিছিল কলকাতা উচ্চ ন্যায়ালয়ে । কলকাতা উচ্চ ন্যায়ালয়ৰ এই নিৰ্দেশনাৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ৰ কাষ চাপিছে পশ্চিম বংগ চৰকাৰ।