শিৱসাগৰ জিলাৰ গৌৰীসাগৰত বৃহৎ পৰিমাণৰ লালীগুৰ জব্দ



শিৱসাগৰ জিলাৰ গৌৰীসাগৰত বৃহৎ পৰিমাণৰ লালীগুৰ জব্দ

গৌৰীসাগৰ আৰক্ষী থানাৰ অন্তৰ্গত টেপৰ গাঁৱত বাহনসহ জব্দ অবৈধ লালীগুৰ

নগাঁও জিলাৰ লংকাৰ পৰা AS 02 CC 4628 নম্বৰৰ এখন ডি আইত আমগুৰিলৈ সৰবৰাহ কৰা হৈছিল গুৰখিনি

এশটিং লালীগুৰৰ উপৰিও বাহনখনৰ চালক ফাৰুক উদ্দিনক গৌৰীসাগৰ আৰক্ষীয়ে আটক কৰে ।

পূৰ্বতেও গৌৰীসাগৰ আৰক্ষীয়ে অবৈধ লালীগুৰ সৰবৰাহ কৰা বাহনৰ লগতে এশ টিং লালীগুৰ জব্দ কৰিছিল

বৰবিহ চুলাই তৈয়াৰত ব্যৱহৃত লালীগুৰৰ এক বৃহৎ ব্যৱসায় ছিণ্ডিকেটৰ জৰিয়তে চলি আছে আমগুৰিত।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *