লিভাৰ সুস্থ কৰি ৰখাৰ উপায়

লিভাৰ শৰীৰৰ এক বৃহৎ অঙ্গ

শৰীৰ সুস্থ ৰাখিবলৈ লিভাৰ ভালে ৰখা প্ৰয়োজন

লিভাৰে আমাৰ ফেটচ নিয়ন্ত্ৰণ কৰে

লিভাৰে তেজত থকা বিষাক্ত আৱৰ্জনা বাহিৰ কৰে

আমাৰ লিভাৰটোৰ কাম কৰাৰ ক্ষমতা নোহোৱা হৈ যায় তেন্তে এটা এটাকৈ শৰীৰৰ সকলো অংগ বিকল হৈ পৰিব পাৰে

লিভাৰৰ কাৰ্য ক্ষমতা নোহোৱা হৈ পৰিলে তেতিয়া আমাৰ শৰীৰত ক্ষতিকাৰক টস্কিন জমা হয় আৰু তাৰ ফলতে এনে ভয়ংকৰ সমস্যাৰ সৃষ্টি হয়

কোনবোৰ খাদ্য লিভাৰৰ বাবে উপযোগী ?

আমি লিভাৰটো সুস্থ কৰি ৰাখিবলৈ ফাইবাৰযুক্ত খাদ্য খাব লাগে

ব্ৰকলী, কবি, বিট, গাজৰ আদি খাদ্যত ফাইবাৰ থাকে

নহৰু লিভাৰৰ বাবে উপযোগী

নহৰুৱে শৰীৰৰ পৰা টক্সিন বাহিৰ কৰে

নহৰুৱে আমাৰ শৰীৰত এনজাইম উৎপন্ন কৰে

তাৰোপৰি নহৰুৱে উচ্চ মানৰ এন্টিঅক্সিডেন্ট, এন্টিফাংগাল জাতীয় উৎপাদন কৰি লিভাৰ সুস্থ কৰি ৰাখে

লিভাৰ ভালে ৰাখিবলৈ ভিটামিন চি যুক্ত খাদ্যসমূহ খাব লাগে

নেমু, কমলা, মৌচম্বী, আঙুৰ, আপেল আদি খাদ্য খাব লাগে

এইসমূহে শৰীৰৰ টক্সিনবোৰ বাহিৰ কৰি লিভাৰক সুৰক্ষিত কৰি ৰাখে

প্ৰতিদিনে একাপ গ্ৰীণ ট্ৰি খাব পাৰে

হালধী ৰসে লিভাৰ সুস্থ কৰি ৰাখে

সপ্তাহত তিনিদিনকৈ পুৱা হালধি ৰস খালে লিভাৰ ভালে থাকিব


লিভাৰৰ বাবে উপযোগী জলফাই তেল

ওমেগা থ্ৰি ফেটি যুক্ত আখৰোত লিভাৰৰ বাবে অতি উপকাৰী


এইসমূহ খাদ্য খাৱক আৰু আপোনাৰ লিভাৰটো সুস্থ কৰি ৰাখক


By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *