লখিমপুৰৰ খেলমাটি চকীৰ হিংসাত্মক ঘটনাত জড়িত জাহাংগীৰ আলীক জে’ললৈ প্ৰেৰণ। আক্ৰমণকাৰীৰ তালিকা প্ৰস্তুত কৰি আৰক্ষীৰ অভিযান। কালি নিশাৰ ভিতৰত ১৩জনক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে। এই পৰ্যন্ত ১৪জনক গ্ৰেপ্তাৰ কৰিছে লখিমপুৰ আৰক্ষীয়ে। মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন মতে হৃদৰোগত মৃত্যু হৈছিল আৰ্চভ আলীৰ।
লখিমপুৰৰ হিংসাত্মক ঘটনাৰ লগত জড়িত এজনক জেললৈ প্ৰেৰণ
