লখিমপুৰৰ বঙালমৰাত ড্ৰাগছৰ বিৰুদ্ধে অভিযান

লখিমপুৰৰ বঙালমৰাত ড্ৰাগছৰ বিৰুদ্ধে অভিযান।

আমছু আৰু আৰক্ষীৰ অভিযানত ড্ৰাগছৰ সৈতে কৰায়ত্ত কৰে তিনিটা সৰবৰাহকাৰীক।

149 গ্ৰাম ড্ৰাগছৰ সৈতে ধৃত আব্দুল কৰিম, আব্দুল বাছিৰ আৰু ছাদ্দাম হুছেইনক আটক কৰে।

বঙালমৰা আঞ্চলিক আমছু আৰু বঙালমৰা আৰক্ষীয়ে ৰাইজৰ সহযোগত ড্ৰাগছৰ সৈতে কৰায়ত্ত কৰে এই তিনিটা সৰবৰাহকাৰীক।

এই চক্ৰটোৰ লগত আৰু কেইবাটাও সৰবৰাহকাৰী জড়িত থকাৰ সন্দেহ কৰিছে আৰক্ষীয়ে।

ইতিমধ্যে পৃথকে পৃথকে অইন দুটা সন্দেহজনক সৰবৰাহকাৰীৰ ঘৰতো বঙালমৰা আৰক্ষীয়ে অভিযান চলায়।

আৰু কেইবাটাও সৰবৰাহকাৰী আৰক্ষীৰ জালত পৰাৰ পূৰ্ণ সম্ভাৱনা আছে।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *