লখিমপুৰত চাঞ্চল্যকৰ ঘটনা। ৫ ড্ৰাগছ বেপাৰীয়ে মৰিয়াই হত্যা কৰিলে কলেজীয়া ছাত্ৰক। হত্যা কৰি মৃতদেহ পেলাই দিয়ে সোমদিৰি নদীত। নিহত ছাত্ৰজন তাবিদ হুছেইন চৌধুৰী বুলি জানিব পৰা গৈছে।লখিমপুৰৰ চাপৰি গাঁৱত এই ঘটনা সংঘটিত হৈছে। SDRF-এ উদ্ধাৰ কৰিছে মৃতদেহ।