লখিমপুৰ জিলাৰ বিহপুৰীয়াত নিশা ভয়ংকৰ ডকাইতি কাণ্ড
লখিমপুৰৰ বিহপুৰীয়াত চাঞ্চল্যকৰ ডকাইতি কাণ্ড। বিহপুৰীয়া আৰক্ষী থানাৰ অন্তৰ্গত সন্তপুৰত বাহন ৰখাই চোকা অস্ত্ৰ দেখুৱাই লুটি নিলে ২.৫ লাখ টকা। ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত।